#StayHappening
Sun, 01 Nov, 2026 at 07:00 am UTC+05:30

Mr. kamrup 2026 Bodybuilding & powerlifting

  • Dimoria College,Khetri · Gauhati
Fitness Ideas Publisher / Host Fitness Ideas
Share
Mr. kamrup 2026 Bodybuilding & powerlifting
Advertisement
আগন্তক ১ নৱেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সদৌ কামৰূপ জিলা বডি বিল্ডিং(Bodybuilding )আৰু পাৱাৰ লিফ্টিং (Powerlifting) প্ৰতিযোগিতা সন্দৰ্ভত আজি ডিমৰীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিলোঁ।
Fitness Ideas Gym-ৰ উদ্যোগত ক্ষেত্ৰীত প্ৰথমবাৰৰ বাবে সদৌ কামৰূপ জিলা ভিত্তিত এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হ’ব। এই প্ৰতিযোগিতাই জিলাখনৰ ক্ৰীড়াবিদসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰাৰ লগতে ফিটনেছ আৰু স্বাস্থ্যসচেতনতা বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এই মহৎ প্ৰয়াস সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ।
#MrKamrup2026 #khetri #Dimoria_college #bodybuilding #powerlifting #fitnessideas #harharmahadev #ibbf #abbfa
Advertisement

Event venue

Dimoria College,Khetri, Gauhati, India

Tickets
Concerts, fests, parties, meetups — all the happenings, one place.

Discover more events by tag

Ask AI if this event suits you

Keep the plans coming

More events in Gauhati

KRANTI 2.0

Sun, 01 Nov at 10:30 am The Jyoti Bishnu Prekhyagriha GUWAHATI

Gauhati is happening.

See everything else that’s on — concerts, markets, comedy and more.