Advertisement
🌾 দেশী সকলৰ জাতীয় উৎসৱ — পুষনা উৎসৱ 🌾ভোগালী বিহুৰ লগত সংগতি ৰাখি পশ্চিম অসমত বসবাস কৰা দেশী সকলে প্ৰতিবছৰে উলাহ-মালহৰে পালন কৰে এই পুষনা উৎসৱ।
এই উৎসৱ আমাৰ পৰিচয়, ঐতিহ্য আৰু ঐক্যৰ এক জ্বলন্ত প্ৰতীক — গাঁও-চহৰ একেলগে মিলি আনন্দ, নৃত্য-গীত আৰু সম্প্ৰীতিত ভৰি পৰে সকলো। 🌾🎶
Advertisement
Event Venue & Nearby Stays
Dhubri, Assam, India, Dhubri, Cooch Behar, India
Concerts, fests, parties, meetups - all the happenings, one place.







