চকলাঘাট কেন্দ্ৰীয় ৰাস

Mon, 10 Nov, 2025 at 07:30 pm UTC+05:30

Chakala Ghat | Nagaon

Chakalaghat Young Star Club
Publisher/HostChakalaghat Young Star Club
Advertisement
চকলাঘাট অঞ্চল তথা অসমবাসীৰ বাবে সুখবৰ যে বিগত দুটা বৰ্ষৰ দৰে এই বৰ্ষতো চকলাঘাট খেল পথাৰত "চকলাঘাট ইয়ংষ্টাৰ ক্লাৱৰ" ব্যৱস্থাপনাত পুৰুষৰ মহাৰাসখনি (চকলাঘাট কেন্দ্ৰীয় ৰাস) ব্যতিক্ৰমভাৱে আয়োজন কৰাৰ দিহা কৰা হৈছে ।
গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰা হল ।
ধন্যবাদ ৷
বিঃদ্ৰ: বৰ্তমানলৈকে তাৰিখ ধাৰ্য্য কৰা হোৱা নাই ॥
Advertisement

Event Venue & Nearby Stays

Chakala Ghat, Kujidah Na-mati,Nagaon, India

Sharing is Caring:

More Events in Nagaon

chhath Puja
Sun, 09 Nov at 07:37 pm chhath Puja

Jamunamukh Town

Nagaon is Happening!

Never miss your favorite happenings again!

Explore Nagaon Events