Advertisement
নমস্কাৰঅসমৰ জনসাধাৰণ তথা কৃষক বন্ধু আৰু ডেকা-গাভৰু সকলোৰ ভাবে সোনালি সোযোগ
আপুনি যদি— ✅ উদ্যোগ আৰম্ভ কৰিবলৈ ইচ্ছুক ✅ নিজকে কৃষি উদ্যমী হিচাপে বা ব্যবসায় আইডিয়া আগবঢ়াবলৈ বিচাৰে ✅ মাৰ্কেট সংযোগ, পৰামৰ্শ, আৰু Investor হোৱাৰ সুযোগ বিচাৰি আছে…
তেতিয়া Farmer & Entrepreneur Development Cooperative Organization (FEDCO) সদস্য হৈ আপোনাৰ সপোন বাস্তৱ কৰাৰ সোনালি সুযোগ
FEDCO-সদস্য হলে আপুনি পাব—
1️⃣ Entrepreneurship & Agri-Business Training
📚 মূল প্ৰশিক্ষণ বিষয়বস্তু:( অসমীয়া ভাষাত)
1️⃣ উদ্যোগপতি মনোভাৱ গঠন
2️⃣ নতুন উদ্যোগ আৰম্ভণি (Startup Basics)
3️⃣ নেতৃত্ব আৰু দলেৰে কাম কৰাৰ কৌশল
4️⃣ বজাৰ বিস্তাৰ আৰু পুঁজি (Funding)
5️⃣ আত্মনিয়ন্ত্রণ আৰু উদ্যোগীৰ বাবে Productive Habit
2. উদ্যোগ আৰম্ভণিৰ সহায়
পৰামৰ্শ, প্ৰজেক্ট আৰু পৰিকল্পনাৰ সহায়।
3. বজাৰ সংযোগ
সঠিক মূল্য আৰু লাভৰ নিশ্চিততা।
4. India-ৰ প্ৰথমখন কৃষক-স্বত্বাধিকাৰ FMCG প্লাটফৰ্মৰ লাভৰ অংশ পাওক
5. বিশেষ সুবিধাসমূহ—
• নিজৰ আইডিয়াৰ বাবে Pitch Platform
• বিনামূলীয়া পৰামৰ্শ আৰু সহায়
• লোন/গোটীয়াকৈ MSME Funding সুবিধা
এজন উদ্যমী সমাজ সেবাওক হিচাপে নিজকে গঢ়ি তুলিবলৈ
এতিয়াই Goggle from Link ত click কৰি FEDCO সদস্য হ’বলৈ আবেদন কৰক! 🌾
https://docs.google.com/forms/d/e/1FAIpQLSdvL53FFPP-SC4DnNzc-sdxGemDrUMDS4urBXHk1wA4ZARHow/viewform?usp=header
আমাৰ খেতি, আমাৰ বজাৰ, আমাৰ উন্নয়ন।
জয় আই অসম
#কৃষকৰঅধিকাৰ #Entrepreneurship #nonfollowersviewerseveryone #উদ্যোগআৰম্ভ #agribusiness #organicgardeningindia
Advertisement
Event Venue & Nearby Stays
Guwahati Assam India, Guwahati,Gauhati, India
Concerts, fests, parties, meetups - all the happenings, one place.






