Advertisement
নিৰুদ্দেশ,এই ল'ৰা জন যোৱা কালি 10/08/2025 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে, গতিকে যদি কোনো সদাহয় ব্যক্তিয়ে দেখা পায় তেনেহলে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ 🙏
নাম: মঞ্জিৰুল ইছলাম
পিতা: নাজিবুৰ ৰহমান
গাওঁ: সোনাৰিবালি
থানা: চামগুৰি
জিলা: নগাঁও
ফোন: 6002845322
Advertisement
Event Venue & Nearby Stays
Dhanwannagar, Tezpur, Assam, India