Advertisement
চকলাঘাট অঞ্চল তথা অসমবাসীৰ বাবে সুখবৰ যে বিগত দুটা বৰ্ষৰ দৰে এই বৰ্ষতো চকলাঘাট খেল পথাৰত "চকলাঘাট ইয়ংষ্টাৰ ক্লাৱৰ" ব্যৱস্থাপনাত পুৰুষৰ মহাৰাসখনি (চকলাঘাট কেন্দ্ৰীয় ৰাস) ব্যতিক্ৰমভাৱে আয়োজন কৰাৰ দিহা কৰা হৈছে ।গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰা হল ।
ধন্যবাদ ৷
বিঃদ্ৰ: বৰ্তমানলৈকে তাৰিখ ধাৰ্য্য কৰা হোৱা নাই ॥
Advertisement
Event Venue & Nearby Stays
Chakala Ghat, Kujidah Na-mati,Nagaon, India